101+ Heartwarming Assamese Love Quotes

Are you looking for Assamese Love Quotes?

Enchanting beauty of Assamese with our collection of soul-stirring love quotes!

Find the perfect words to express your affection in this unique and melodious language

মই এনেকুৱা এজন মানুহ বিচাৰোঁ যাৰ লগত মই ধেমালি কৰিব পাৰোঁ, ফুৰ্তি কৰিব পাৰোঁ, হিয়া উজাৰি ভালপাব পাৰো,

ভালপোৱাতকৈ ভাল লাগি থকা ভাল, কাৰণ তাত হেৰুৱাৰ ভয় নাথাকে।

জীৱনটো‌ সদায় অ.টি.পি.ৰ দৰে গঢ়িবলৈ চেষ্টা কৰক, যাতে কোনেও আপোনাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে।

পৃথিৱীৰ সকলো কথা পাহৰি যোৱাটো সম্ভৱ, কিন্তু কাৰোবাৰ অহংকাৰ আৰু প্ৰতাৰণা পাহৰি যোৱাটো অসম্ভৱ।

প্ৰেমৰ পৰীক্ষা সহজ নহয়, প্ৰেম কেৱল পোৱাটোৱেই নহয়, কাৰোবাৰ বাবে অপেক্ষা কৰি সময় পাৰ হৈ যায়, মাত্ৰ এটা মুহূৰ্তৰ কাম।

Assamese Love Quotes

মিঠা হাঁহিৰ আঁৰত আছে এক তিক্ত দুখ যিটো কোনেও কেতিয়াও দেখা আৰু অনুভৱ কৰিব নোৱাৰে।

তেওঁ খুব Smart বা Perfect নহলেও হব, মাথোঁ মোৰ পাগলামিবোৰ চম্ভালি চিৰদিনৰ বাবে মোক আঁকোৱালি ৰাখিলেই হল

জীৱনত যি চলি আছে চলি যাৱ দিয়ক, মাথোঁ অপেক্ষা কৰক ভাল দিন আহিব সোনকালে আহিব।

কেৱল শ্ৰদ্ধা আৰু সন্মানৰ কথা ভাবি ৰৈ যাওঁ। নহ’লে যি শুনিব পাৰে তেওঁ শুনাব‌ও পাৰে।

নিজৰ মান সন্মান ত্যাগ কৰি মানুহৰ লগত সম্পৰ্ক ৰাখি লাভ নাই। য’ত সন্মান নাই তাৰ পৰা নিজকে আঁতৰাই ৰখাটোই ভাল।

আপুনি সম্পৰ্কবোৰ জটিলতাৰ এনাজৰীৰে আটোমটোকাৰীকৈ বান্ধি ৰখাৰ প্ৰয়াসত গমে নাপাব আপোনাৰ সৰলতাৰ অন্তৰালত ​আপোনাক সহজভাৱে বিশ্বাসঘাতকতা কিমানে কৰিব ৷

জীৱনটো মিঠা আৰু ইমান মধুৰ, কিন্তু কেৱল যেতিয়ালৈকে মই তোমাৰ আৰু তুমি কেৱল মোৰ।

মানুহৰ পৰা আঁতৰি থকাটো মোৰ দূৰ্বলতা নহয়, সেইয়া আৰু এই পৃথিৱীত মই সকলোতকৈ বেছি ভালপোৱা বস্তুটো হৈছে মোৰ জেদ।

নিজক কেতিয়াও ভেলুলেচ বুলি নাভাবিবা, হ’ব পাৰে সূর্যৰ ওচৰত চাকিৰ পোহৰ নগণ্য, কিন্তু অন্ধকাৰত সেই পোহৰেই বহুত।

জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক, মানুহৰ পছন্দ সময়ে সময়ে সলনি হৈ থাকে।

তোমাৰ মৰমলগা চকু দুটাই মোৰ ওপৰত এনে প্ৰভাৱ পেলাইছিল, যে হৃদয়খনে সকলোকে এৰি কেৱল তোমাকহে বাছনি কৰিলে।

প্রিয় বস্তো বেছি দিন নাথাকে! হয় সলনি হয়,নহয় হেৰাই যায়, নহয় আন কাৰোবাৰ হৈ পৰে।যদি আপুনি সঠিক কৈছে তেতিয়া প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব।নিৰৱে অপেক্ষা কৰক, সময়ে সকলো উত্তৰ দিব…

জেদ নোহোৱা হ’লে মই চাগে কেতিয়াবাই শেষ হৈ গ’লোহেঁতেন, নাইবা জীৱনটো এনেকুৱা ন’হলহেঁতেন

মনে মনে থকাও এটা শক্তি , যিটো শক্তি সকলোৰে নাথাকে ।

বিশ্বাস হ’ল এনেকুৱা এটা শব্দ, যিটো পঢ়িবলৈ এক ছেকেণ্ড, ভাবিৱলৈ এক মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়।

খং আৰু অহংকাৰ বেছিকৈ থকা মানুহৰ জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই।

তোমাৰ হৃদস্পন্দন মোৰ জীৱনৰ কাহিনী, তুমি মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ, তোমাৰ প্ৰতি মোৰ প্ৰেম কেৱল শব্দৰে নহয়, তোমাৰ আত্মাৰ লগত আত্মাৰ সম্পৰ্ক মোৰ।

এজনী ছোৱালী নিজৰ মাক দেউতাকতকৈ আপোনাক বেছি ভাল পাব নোৱাৰে সঁচা,

আপোনজনক হেৰুৱাৰ দুখ কেৱল প্ৰকৃত প্ৰেমিক জনহে বুজি পায় ।

সকলো মানুহৰে আগত নিজৰ দুখ প্ৰকাশ নকৰিব। দৰৱ সকলোৰে লগত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰে ঘৰে থাকে।

প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলেহে অনুভৱ কৰা যায়। যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হস্পিটেলত কিন্তু প‌ইচা দি কিনিব লগা হয়।

তুমি মোৰ মুখত তুমি মোৰ হৃদয়ৰ সুখ, তুমি মোৰ ওঁঠৰ হাঁহি, মোৰ এই হৃদয়খনে ধপধপাই থাকে যাৰ বাবে তুমি মোৰ জীৱন।

কেনেকোৱা ভাগ্য? যিটো বস্তুৰ প্ৰতি মোৰ আটাইতকৈ বেছি আগ্ৰহ, সেয়া মোৰ ভাগ্যত নাই!

কিন্তু, সেই ছোৱালী জনীয়ে বহুত বেছি ভাল পোৱা মাক দেউতাকক এৰি গোটেই জীৱন আপোনাৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিব পাৰে।

প্ৰকৃত প্ৰেমৰ মূল্য হিচাপে পোৱা যায় কেৱল চকুপানী ।

ভাল মানুহ হবলৈ যত্ন কৰক, কিন্তু প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব।

কিছুমান শব্দ ই বুকুত খুন্দা মাৰি অতীতৰ স্মৃতি সোঁৱৰাই দিয়ে ।

মই হৃদয় আৰু তুমি মোৰ উশাহ, মই দেহ আৰু তুমি মোৰ জানা, মই বিচাৰো তুমি মোক পূজা কৰা, মই এজন ড্ৰাগছ আসক্ত আৰু তুমি মোৰ অভ্যাস।

কোনোবাই আপোনাক ভাল নকলে দুখ নকৰিব কাৰণএই টো জীৱনত সকলোৰেলগত ভাল থাকিব নোৱাৰি ।

কেতিয়াবা একোৱেই ভাল নলগা হৈ পৰে! কাৰো লগত কথা পাতিবও মন নোযোৱা হয়,হয়তো ভাবিব পাৰে বহুত ব্যস্ত বুলি! নাই নহয় আচলতে অকলশৰে থাকিয়ে ভালপাওঁ কেতিয়াবা

সকলো মানুহে‌ই কেৱল সুখ বিছাৰে, দুখ কাকো নালাগে কিন্তু বৰষুণ নাহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ’ব পাৰে।

আমি তোমাক হেৰুৱাব নিবিচাৰো মই নিবিচাৰো তুমি বিচ্ছিন্নতাত কান্দিবা, তুমি আমাৰ লগত সদায় মৰম হৈ থাকা, আমিও আন কাৰোবা হ’ব নিবিচাৰো।

ৰাখিব জানিলে কোনেও হেৰাই নাযায়বুলি কোৱাৰ ঠিক যদি কোনোৱাই কাকো আঁতৰি যাব বিচাৰিলেও আটক কৰিব নোৱাৰি।” ইমান সঁচা।

আচলতে সম্পৰ্কবোৰ হেৰাই নাযায় ইয়াক হেৰুৱাই দিয়া হয়!

শিয়াল অনেক চতুৰ হোৱা সত্বেও মানুহে কুকুৰ পোহে।কাৰণ সংগী হিচাপে চতুৰতাতকৈ বিশ্বাস আৰু সততা শ্ৰেয়।

কিমান ভাল পায় তেনেকৈ কব নোৱাৰি, মাত্ৰ সেইটো অবিহনে জানি লওক থাকিব নোৱাৰিবা।

বৰষুণত খোজ কাঢ়িলে সদায় ভাল লাগে, কান্দি থকা কোনেও দেখা নাপায়

আপোনজন হেৰাই নাযায় ইয়াক হেৰুৱাই দিয়া হয়! আপোনজনক ভালপোৱা সময়খিনিত সকলোবোৰেই ভাল লাগে!

​কেতিয়াও কাৰো ওপৰত নিৰ্ভৰ নকৰিবা, কাৰণ, সময়ৰ লগে লগে কলোবোৰ সলনি হৈ যায় ।

এজনে তেওঁক ভাঙি পেলায় আৰু ইয়াৰ ফলত তেওঁ সকলোকে ঘৃণা কৰে।

জীৱনলৈ অহাৰ বাবে এটা ধন্যবাদ, জীৱনটোক জীৱন হিচাপে গঢ়ি তোলাৰ বাবে এটা ধন্যবাদ, আমি ঋণত জন্ম লম, ইমান মৰমৰ সৈতে প্ৰেমৰ খেলা কৰাৰ বাবে এটা ধন্যবাদ।

কিন্তু যেতিয়া বেয়া লাগিবলৈ ধৰে তেতিয়া যেন খোজে প্রতিয়েই ভূল লাগে!প্ৰিয়জনৰ কথাবোৰ হঠাৎ যেন নুবুজা যেন লাগে!

হেৰুৱাবলৈ ভয় কৰা বস্তুটোৱে সকলোতকৈ আগত হেৰাই পেলোৱা যায় ।

সকলো মানুহৰে কিছুমান ভাল আৰু বেয়া গুণ থাকে, কিয়নো আমি মানুহ, ঈশ্বৰ নহয়।

বিশ্বাস হ’ল এনেকুৱা এটা শব্দ, যিটো পঢ়িবলৈ এক ছেকেণ্ড, ভাবিৱলৈ এক মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়।

কিছুমানে কয় প্ৰেম হৈ পৰে মদ্যপান, কিছুমানে কয় প্ৰেম শাস্তি হৈ পৰে, কিন্তু ভালপোৱা যদি আন্তৰিক হৃদয়েৰে,যাতে সেই প্ৰেম হৈ পৰে জীয়াই থকাৰ কাৰণ।

মই ইমানেই ভাঙি পৰিছো যে মোৰ আত্মাইও মোৰ বাবে থাকিবলৈ অস্বীকাৰ কৰিলে।

চিনাকি চিনাকি সময়বোৰো অচিনাকি যেন লাগে!নিজৰ মনটোকো নিজৰেই শত্ৰু যেন লাগে কাৰণ আপোনাৰ মনটোক আপুনি বুজাবলৈ পাৰে কিন্তু তেওঁ বেয়া পাই উঠা মনটোক বুজাব কোনে?

কাষলৈ অহাতো একেবাৰে সহজ, কাষত থাকি যোৱাটো হে কঠিন

সৰুতে আমাৰ হাতত ঘড়ী নাছিল তথাপিও অফুৰন্ত সময় আছিল। এতিয়া সকলোৰে হাতে হাতে ঘড়ী, কিন্তু সময় কৰো নাই।

পৃথিৱীত কেৱল সেইজন মানুহেই সুখী। যি বুজি পাইছে, আনৰ পৰা একো আশা কৰি লাভ নাই।

মোৰ লগত তোমাৰ জীৱনটো মই নিবিচাৰো, কিন্তু যেতিয়ালৈকে তুমি মোৰ লগত আছা, তেতিয়ালৈকে জীৱনৰ প্ৰয়োজন।

কেতিয়াবা, বেছিভাগ আনন্দময় মানুহেই আটাইতকৈ ভয়ংকৰ বিষ ধৰি ৰাখে।

মা-দেউতাক, প্রিয়জনক হেৰুৱাৰ ভয়, Family problem, টকা পইচাৰ অভাৱ, বিচৰা বস্তুবোৰ লব নোৱাৰা কষ্ট, বন্ধুত্ব বিচ্ছেদ, সপোন বোৰ পূৰণ কৰাৰ চেষ্টা! এনেদৰেই চলিছে জীৱনটো। এদিন সকলো ভাল হোৱাৰ আশা।

সুখৰ মাজতেই দুখ হাহিঁৰ মাজতেই কান্দোন আশাৰ মাজতেই নিৰাশা চলি আছে তেনেকৈয়ে জীৱন নামৰ ৰেল খনি

কিছুমান মানুহ খুউব সোনকালে সলনি হৈ যায় , তেওঁলোকৰ বাবে আপুনি আজি গুৰুত্বপূৰ্ণ, কালিলৈ মূল্যহীন।

অনুমান কৰক আমি বহুত যুঁজ দিওঁ, কিন্তু প্ৰেমেও বহুত কৰে, আমাৰ খংত খং নকৰিবা, কাৰণ ওপৰৰ পৰা খং আৰু প্ৰেমে কৰে হৃদয়ৰ পৰা।

আটাইতকৈ উজ্জ্বল হাঁহিবোৰৰ আঁৰত আছে আটাইতকৈ ক’লা গোপন কথা যিবোৰ আপুনি কেতিয়াও বুজি নাপাব।

কিন্তু আপোনাক নিস্বাৰ্থ ভাবে কৈ যোৱা কথাবোৰৰ বাবে আপুনি কেতিয়াও সেই মানুহজনৰ চকুপানী বোৱাই নানিব।

জীৱনটো বৰ কঠিন তাতকৈ কঠিন মানুহ হিচাপে জীয়াই থকাটো ।

যদি কোনোবাই আপোনাৰ অন্তৰত আঘাট কৰে দুখ নকৰিব, যিজোপা গছৰ ফল মিঠা সেইজোপা গছত ফৰ্মুঠি মৰা মানুহো বেছি।

মোৰ জীৱনৰ সকলো সুখ তোমাৰ অজুহাতত, আধা তোমাক যন্ত্ৰণা দিয়াৰ পৰা, আধা তোমাক বুজাই দিয়াৰ পৰা।

আটাইতকৈ বেয়া ধৰণৰ বিষ হ’ল যেতিয়া আপোনাৰ হৃদয়খনে কান্দি থাকে আৰু আপোনাৰ চকু দুটা শুকাই যায়।

ভাল লগা মানুহৰ কথা আৰু মৰমবোৰ সদায় স্মৃতি হিচাপে ৰৈ যায় ।

শব্দৰে নহয় বুকুৰ মাজত আলফুলে সাবতি মৌনতাৰে বুজাব বিছাৰো কিমান ভালপাওঁ তোমাক।

কেতিয়াবা জীৱন বাটত এৰি থৈ যোৱা মানুহ বোৰৰ কথা বৰকৈ মনত পৰে

তুমি মোৰ চকুৰ সপোন, মোৰ হৃদয়ৰ কামনা, মই তোমাৰ পৰা, তুমি মোৰ পৰিচয়, যদি মই দেশ, তেন্তে তুমি মোৰ আকাশ, বিশ্বাস কৰক, তুমি মোৰ বাবে গোটেই পৃথিৱীখন।

মই আটাইতকৈ নিৰ্বিকাৰ ছোৱালীজনীক লগ পাইছিলো আৰু মোৰ আটাইতকৈ ডাঙৰ ভুল আছিল তাইৰ যত্ন লোৱা।

ৰিলেচনত আছা ভালেই, দুয়ো দুয়োকে বহুত ভালপোৱা সেইটো আৰু বেছি ভাল, কিন্তু কেতিয়াও ফেমিলিৰ অজুহাত দেখুৱাই ভালপোৱা মানুহ জন/জনীক এৰি নাযাবা।

যদিহে জোনাক জোনাক নহলহে‌ঁতেন। তুমি তুমি নহ’লাহেঁতেন। ম‌ই কাহানিও তোমাৰ প্ৰেমত নপৰিলোহেঁতেন।

কামনা কৰোঁ যে কিছুমান… মোৰ ভাগ্যত এনেকুৱা হ’ব, সময় যিয়েই নহওক তুমি মাত্ৰ মোৰ ওচৰত আছা।

জীৱনৰ যাদুটো হ’ল সূৰ্য্যৰ শলাগ মৌনতাক মূল্য দিবলৈ কোলাহল আৰু দয়াক জানিবলৈ ঘৃণাৰ প্ৰয়োজন।

আচলতে প্রিয় মানুহ বা জীৱনসঙ্গী সেইজনেই! যাৰ ওচৰত মানসিক শান্তি পোৱা যায়, যাৰ লগত আপুনি স্বাধীন।

হৃদয়ত থকা জন যদি জীৱনত ও থাকিলেহেতেন !

দুখন হৃদয়ৰ মাজত মৰম আৰু আন্তৰিকতা থাকিলে দূৰত্বৰ কোনো কথা নাই।

এই দুচকুত থকা ছবিখন আপোনাৰ। হৃদয়ৰ প্ৰতিটো স্পন্দন কেৱল তোমাৰ, মই য’ত আছো সকলো সুখ নিবিচাৰো, ঈশ্বৰে মংগল কৰক সকলো সুখ যি মোৰ।

আমাৰ জীৱনত অন্ততঃ এনে এজন ব্যক্তি থাকিব লাগে যিয়ে আমাক অন্তৰৰ পৰা ভাল পায় আৰু যত্ন লয়।

পৰিস্হিতি যিয়েই নহওঁক কিয়? আপোন মানুহবোৰ কাষত থাকিলে নির্ভয়ে যুঁজ দিব পাৰি

প্ৰতিশোধ নলবা, গুৰুত্ব কমাই দিবা দুৰত্ব বঢ়াই দিবা।

ম‌ই তোমাক নিজৰ কৰিবৰ বাবে যিমান পাগল কোনোবা পাগলো ইমান পাগল নহয়।

দুখে মোক হাঁহিবলৈ নিদিয়ে, পৃথিৱীয়ে মোক কান্দিব নিদিয়ে, যেতিয়া টোপনি আহে, তোমাৰ স্মৃতিয়ে মোক শুবলৈ নিদিয়ে।

সকলো সঁচা প্ৰেমৰ শেষ পৰিণতি বিয়া নহয়, কিছুমানৰ বাবে গোটেই ৰাতিটো হিয়াভগা উচুপনি আৰু কোনোবাৰ শান্তিৰ টোপনি

আপোন বোৰ কেতিয়াবা হঠাৎ এ হেৰাই যায় আমাৰ জীৱনৰ পৰা। থাকি যায় কেৱল তেওঁৰ স্মৃতি বোৰ !

সকলো বন্ধুত্ব‌ই প্ৰেম নহয় কিন্তু প্ৰেমৰ আৰম্ভণি বন্ধুত্বৰ পৰাই হয়।

ভাল লাগে যেতিয়া কোনোবাই কয়, কোনো সমস্যা নাই, মই তোমাৰ লগত আছো।

আপোনাক একপক্ষীয় ভাবে ভালপোৱা প্ৰেমিক জনৰ লগত মাত্র এদিন সময় অতিবাহিত কৰক।

এনেকৈয়ে শেষ হৈ যায় একোটা সপোন, কেনেকৈ বুজিম কোন শতৰু, কোন মোৰ আপোন

আমাৰ মাজত যিমানেই ব্যৱধান নাবাঢ়ক কিয়, আমি দুয়ো সদায় একেখন আকাশৰ তলতেই আছো।

আপোনাৰ বাবে কান্দি থকাজনক কেতিয়াও এৰি নাযাব কাৰণ ভাগ্যৱান সকলেহে এনে প্ৰেমিক পায়।

হয়তো আপুনিও প্ৰেমত পৰি যাব তেওঁ আপোনাৰ প্ৰেমত পৰাৰ দৰে, তেওঁ আপোনাক বিচৰাৰ দৰে আপুনিও হয়তো তেওঁক

বেয়া সময় অবশ্যে সলনি হৈ যায়, কিন্তু সলনি হোৱা লোক প্ৰায়ে মনত থাকি যায়।

Also visit: Love Quotes in Marathi

খবৰ সকলোৱে সোধে, কিন্তু তেওঁ নোসোধে যাক ক’ব বিছাৰো।

যদি হৃদয়ৰ ইচ্ছা সঁচা হয় তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক এৰাৱ নোৱাৰে।

আপোনাক নাপাওঁ বুলি জনাৰ স্বত্তেও তেওঁ আপোনাক বিচাৰে! আপুনি সময় নিদিয়ে তথাপিও এটা আশা লৈ থাকে, আপুনি গুৰুত্ব নিদিয়ে তথাপিও এটা আশাত থাকে হয়তো এদিন সময়

সত্যক বুজি পোৱা বহুত কঠিন তাতোকৈও কঠিন সত্যক স্বীকাৰ কৰা

নিজকে ভাল আৰু সুখী কৰাৰ একমাত্ৰ উপায়, জীৱনত কাকো পোৱাৰ Expectation নাৰাখিবা।

কি পালা তুমি মোৰ পৰা আতৰি। মানুহে দেখোন আজিও তোমাক মোৰ ভালপোৱা বুলিয়ে কয়।

প্ৰেমত সন্দেহ আৰু খং সেই জনেই কৰে যিজনে তোমাক হেৰুৱ নিবিচাৰে

একপক্ষীয় ভাবে আপোনাক বিচৰা জনৰ লগত সময় পালে কথা পাতি চাব চোন হয়তো আপুনি বিচৰা প্ৰিয়জনৰ গুণবোৰ তেওঁৰ মাজতো থাকিব |

ভাগ্যক ধিয়াই থকাতকৈ জীৱন জীয়াই যোৱাটোৱে শ্ৰেষ্ঠ

তুমি মোৰ নোহোৱা বুলি জানিও তোমাক হেৰুৱাবলৈ ভয় কৰো।

প্যাৰ মহব্বত আশিকি.. এইবোৰ মাথোঁ এটা শব্দ আছিল.. কিন্তু..যেতিয়া তোমাৰ লগ পালো. এই শব্দবোৰে অৰ্থ হৈ গ’ল !!

আপোনাৰ Success দেখি উন্নতি দেখি আপোনাৰ প্ৰিয়জন হ’বলৈ, জীৱনসঙ্গী হ’বলৈ বহুতে বিচাৰিব।
কিন্তু আপোনাৰ কাষত থাকি আপোনাৰ দুখঃ কষ্ট বোৰ ভগাই লৈ আপোনাৰ Success হোৱালৈ অপেক্ষা কৰা জন হে আপোনাৰ প্ৰকৃত জীৱনসঙ্গী।

যি দিনা আপুনি লাজ আৰু ভয় শব্দ দুটাৰ পৰা প্ৰথম আখৰ কেইটা আতৰাই দিব পাৰিব, ​সেইদিনাই আপুনি “জয়লাভ” কৰিব পাৰিব ।।

চিকিৎসা কেৱল বেমাৰৰ হে কৰিব পাৰি, সন্দেহৰ নহয়।

ইয়াত বহু মানুহ বাস কৰে, আমি মাত্ৰ এটা মুখ ভাল পাওঁ এই মুখখন লুকুৱাব নালাগে কাৰণ আমি ইয়াৰ দ্বাৰা জীয়াই থাকোঁ

জীৱনত এনেকুৱা এজন মানুহৰ প্ৰয়োজন হয় যাক মনৰ সকলো সুখ-দুখ, ভাল-বেয়া আদি সকলোবোৰ কথা তেওঁৰ লগত খুলি ক’ব পাৰি,

সদায় জীয়াই থাকিব বিচাৰোঁ তোমাৰ হৃদয়ত, কেঁচা কলিজাৰ এডোখৰ ঘা হিচাপে নহয়.. জীয়াই থাকিব বিচাৰোঁ তোমাৰ ছাঁতোৰ সৈতে

কাৰোবাক ভালপাবলৈ মাত্ৰ কেইটামান ক্ষণৰ প্ৰয়োজন কিন্তু পাহৰিবলৈ গোটেই জীৱনৰ।

দুটা সপোন আমি একেবাৰে চাব নিবিচাৰো, তোমাৰ পৰা বিচ্ছিন্ন হ’বলৈ আৰু তোমাক হেৰুৱাবলৈ!

লাগিলে সেইয়া মা-দেউতাই হওঁক বা ভাই-ভন্টি, দাদা-বাইদেউ, বন্ধু-বান্ধৱী, প্রেমিক-প্রেমিকাই হওঁক,

হয়, ম‌ই হাঁহিছো কিন্তু এতিয়া আৰু মোৰ হাঁহিৰ আঁৰৰ কাৰণ তুমি নহয়।

মোৰ জীৱনত সুখ তোমাৰ কাৰণেই,আধা অত্যাচাৰ কৰি, আধা বুজাই!

তেনেকুৱা যাৰ আছে তেওঁ নিজকে বহুত সুখী অনুভৱ কৰে, আৰু যাৰ তেনেকুৱা কোনো নাই তেওঁহে বুজি পায় দুখৰ বোজা বোৰ কিমান যে গধূৰ।

সম্পৰ্ক সদায় হৃদয়ৰে হ’ব লাগে শব্দৰে নহয় আৰু অভিমান সদায় শব্দৰে হ’ব লাগে হৃদয়ৰে নহয়।

মাথো তোমাৰ চিন্তাই যথেষ্ট মোক হাঁহিবলৈ বাধ্য কৰে!

কোনো প্রেমিক-প্রেমিকাৰ ৰোমাণ্টিক ভিডিঅ এটা পালে আমি সকলোৱে শ্বেয়াৰ কৰোঁ,

আপুনি চকু মুদি বিশ্বাস কৰা মানুহবোৰেই এদিন চকুত ধূলি দি আঁতৰি যাব।

হৃদয়ৰ সম্পৰ্কবোৰ ভাগ্যৰ দ্বাৰা গঢ় লৈ উঠে, নহ’লে লগ থো বহু মানুহৰে ই পাওঁ !

কিন্তু বাস্তৱত আমি কোনেও তেনেকুৱাকৈ প্রেমিক-প্রেমিকাক চাব নোৱাৰোঁ,চিধাই চৰিত্ৰ বেয়া,সংস্কাৰ নাই এইবোৰত ধৰোঁ,কোনেও সিহঁতৰ মাজৰ বিশ্বাস আৰু ভালপোৱাখিনি নেদেখোঁ-এয়াই বাস্তৱ

দুখৰ মূল্য কি ম‌ই কোনোদিন বুজি নাপাম। কাৰণ সকলোৱে মোক ফ্ৰীতে দি থৈ যায়।

মই কিমান ভাগ্যৱান যে সাগৰৰ সকলো মাছৰ ভিতৰত মই তোমাক ধৰিলোঁ।

সম্পৰ্কটো প্রয়োজন হ’লে দেৰিকৈয়ে গঢ়ক, | তেওঁক বুজি লওঁক তেওঁৰ লগত সুখী হ’ব পাৰিব নে নোৱাৰিব
সকলো জনাৰ পাছত হে সম্পৰ্কটো আৰম্ভ কৰক।

কেতিয়াবা মন বেয়া লাগিলে, ম‌ই এতিয়াও তোমাৰ পুৰণি মেছেজবোৰ পঢ়ো।

পৃথিৱীৰ মোৰ প্ৰিয় ঠাইখন তোমাৰ কাষতে।

আমাৰ প্ৰত্যেকৰে মোবাইলত এনেকুৱা কিছুমান নম্বৰ আছে। যিবোৰ কেতিয়াও ডায়েলো কৰা নহয় আৰু ডিলিটো।

I hope you like these Assamese Love Quotes’. Thanks for visiting us. share on WhatsApp status, Facebook, Instagram, and other social media platforms. Keep smiling and be happy.

Scroll to Top